দুলীয়াজানৰ কাষৰীয়া পোৱালি পথাৰ গাঁৱত নাহৰফুটুকীৰ মুক্ত বিচৰণ। গৃহস্থৰ Cc Camera ত বন্দী বাঘৰ মুক্ত বিচণৰ দৃশ্য। পোৱালি পথাৰ গাঁৱৰ লালিত্য বড়া নামৰ লোকজনৰ বাসগৃহত সংস্থাপিত CC TV Camera ত বন্দী বাঘ বিচণৰ দৃশ্য। নিশা হ’লেই গাওঁখনত গৰু, ছাগলী , গাহৰি, কুকুৰ চিকাৰ কৰি এক প্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰি আহিছে নাহৰফুটুকী বাঘটোৱে। বিগত কেইবা মাহ...