NE

News Elementor

What's Hot

Table of Content

দুলীয়াজানৰ কাষৰীয়া পোৱালি পথাৰ গাঁৱত নাহৰফুটুকীৰ মুক্ত বিচৰণ। গৃহস্থৰ Cc Camera ত বন্দী বাঘৰ মুক্ত বিচণৰ দৃশ্য। পোৱালি পথাৰ গাঁৱৰ লালিত্য বড়া নামৰ লোকজনৰ বাসগৃহত সংস্থাপিত CC TV Camera ত বন্দী বাঘ বিচণৰ দৃশ্য। নিশা হ’লেই গাওঁখনত গৰু, ছাগলী , গাহৰি, কুকুৰ চিকাৰ কৰি এক প্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰি আহিছে নাহৰফুটুকী বাঘটোৱে। বিগত কেইবা মাহ ধৰি পোৱালি পথাৰ গাঁৱৰ সন্ত্ৰাস সৃষ্টি কৰি অহাত বাঘৰ গতি বিধি নিৰক্ষণ কৰিবলৈ CC কেমেৰা সংস্থাপিত কৰিছিল লালিত্য বড়া নামৰ লোকজনে । নাহৰফুটুকী বাঘটোৱে গৃহস্থৰ বাৰাণ্ডাত ঘুৰি ফুৰা দৃশ্য CC কেমেৰাত প্ৰত্যক্ষ কৰি আতংকিত হৈ পৰিছে গঞা ৰাইজ । অতি সোনকালেই বন বিভাগক পিঞ্জৰা সংস্থাপিত কৰি নাহৰফুটুকী বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ ৰাইজে দাবী জনাইছে।

rublud

rublud@gmail.com

Leave a Reply

Your email address will not be published. Required fields are marked *

Recent News

Trending News

Editor's Picks

দুলীয়াজানৰ কাষৰীয়া পোৱালি পথাৰ গাঁৱত নাহৰফুটুকীৰ মুক্ত বিচৰণ। গৃহস্থৰ Cc Camera ত বন্দী বাঘৰ মুক্ত বিচণৰ দৃশ্য। পোৱালি পথাৰ গাঁৱৰ লালিত্য বড়া নামৰ লোকজনৰ বাসগৃহত সংস্থাপিত CC TV Camera ত বন্দী বাঘ বিচণৰ দৃশ্য। নিশা হ’লেই গাওঁখনত গৰু, ছাগলী , গাহৰি, কুকুৰ চিকাৰ কৰি এক প্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰি আহিছে নাহৰফুটুকী বাঘটোৱে। বিগত কেইবা মাহ...

Proud Moment for Sahityarathi Jatiya Vidyalaya: A Triumph of Mother Tongue Education!

In a world where English-medium education often dominates, Sahityarathi Jatiya Vidyalaya, established in 2018, took up a joyful challenge — to promote and nurture education through the mother tongue, Assamese. When the journey began, many questioned the decision. “Are you educating your children in the Assamese medium?” they asked. Even those who spoke passionately about...

Lorem Ipsum is simply dummy text of the printing and typesetting industry.

Popular Categories

Must Read

©2024- All Right Reserved. Designed and Developed by  Kuhipaat